Bhagavad Gītā (Kashmirian recension)8.14
अनन्यचेताः सततं यो मां स्मरति नित्यशः ।
तस्याहं सुलभः पार्थ नित्ययुक्तस्य योगिनः ॥
८-१४ ॥
ananyacetāḥ satataṃ yo māṃ smarati nityaśaḥ |
tasyāhaṃ sulabhaḥ pārtha nityayuktasya yoginaḥ ||
8-14 ||
— অনন্যচিত্তে, নিৰন্তৰ ; — যিয়ে নিত্য মোক স্মৰণ কৰে ; — তেওঁৰ বাবে মই সুলভ, হে পাৰ্থ ; — সেই নিত্যযুক্ত যোগীৰ যিয়ে অনন্যচিত্তে নিৰন্তৰ নিত্য মোক স্মৰণ কৰে, সেই নিত্যযুক্ত যোগীৰ বাবে, হে পাৰ্থ, মই সুলভ।