यदा यदा हि धर्मस्य ग्लानिर्भवति भारत ।
अभ्युत्थानमधर्मस्य तदात्मांशं सृजाम्यहम् ॥
४-७ ॥
yadā yadā hi dharmasya glānirbhavati bhārata |
abhyutthānamadharmasya tadātmāṃśaṃ sṛjāmyaham ||
4-7 ||
হে ভাৰত, যেতিয়াই ধৰ্মৰ গ্লানি (ক্ষয়) আৰু অধৰ্মৰ অভ্যুত্থান হয়, তেতিয়াই মই নিজক সৃষ্টি কৰোঁ (আত্মপ্ৰকট কৰোঁ)।