Bhagavad Gītā (Kashmirian recension)· 4.17 / 42

Bhagavad Gītā (Kashmirian recension)4.17

4.17
कर्मणो ह्यपि बोद्धव्यं बोद्धव्यं च विकर्मणः । अकर्मणश्च बोद्धव्यं गहना कर्मणो गतिः ॥ ४-१७ ॥
karmaṇo hyapi boddhavyaṃ boddhavyaṃ ca vikarmaṇaḥ | akarmaṇaśca boddhavyaṃ gahanā karmaṇo gatiḥ || 4-17 ||
— কৰ্মৰ স্বৰূপো বুজিব লাগে ; — আৰু বিকৰ্ম (নিষিদ্ধ কৰ্ম)ৰো ; — আৰু অকৰ্মৰো ; — কৰ্মৰ গতি গহন (দুৰ্জ্ঞেয়)

কৰ্মৰ স্বৰূপো বুজিব লাগে, বিকৰ্ম (নিষিদ্ধ কৰ্ম)ৰো বুজিব লাগে, আৰু অকৰ্মৰো; কাৰণ কৰ্মৰ গতি গহন (দুৰ্জ্ঞেয়)।