कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् ।
इन्द्रियार्थान्विमूढात्मा मूढाचारः स उच्यते ॥
३-६ ॥
karmendriyāṇi saṃyamya ya āste manasā smaran |
indriyārthānvimūḍhātmā mūḍhācāraḥ sa ucyate ||
3-6 ||
যিয়ে কৰ্মেন্দ্ৰিয়সমূহক সংযত কৰি মনেৰে ইন্দ্ৰিয়ৰ বিষয়সমূহ স্মৰণ কৰি থাকে, সেই বিমূঢ় আত্মাক মূঢ়াচাৰী (মিছলীয়া) বুলি কোৱা হয়।