प्रवृत्तिं च निवृत्तिं च जना न विदुरासुराः ।
न शौचं नापि चाचारो न सत्यं तेषु विद्यते ॥
१६-७ ॥
pravṛttiṃ ca nivṛttiṃ ca janā na vidurāsurāḥ |
na śaucaṃ nāpi cācāro na satyaṃ teṣu vidyate ||
16-7 ||
আসুৰী লোকে প্ৰবৃত্তি আৰু নিবৃত্তি নাজানে; তেওঁলোকৰ মাজত শৌচ নাই, আচাৰো নাই, সত্যও নাই।