समदुःखसुखःस्वप्नः समलोष्टाश्मकाञ्चनः ।
तुल्यप्रियाप्रियो धीरस्तुल्यनिन्दात्मसंस्तुतिः ॥
१४-२४ ॥
samaduḥkhasukhaḥsvapnaḥ samaloṣṭāśmakāñcanaḥ |
tulyapriyāpriyo dhīrastulyanindātmasaṃstutiḥ ||
14-24 ||
সুখ-দুঃখত সম, আত্মত স্থিত, ঢেলা-শিল-সোণক সমান বুলি গণ্য কৰা, প্ৰিয়-অপ্ৰিয়ত সম, ধীৰ, নিজৰ নিন্দা-স্তুতিত সম;