Bhagavad Gītā (Kashmirian recension)· 10.12 / 42

Bhagavad Gītā (Kashmirian recension)10.12

10.12
परं ब्रह्म परं धाम पवित्रं परमं भवान् । पुरुषं शाश्वतं दिव्यमादिदेवमजं विभुम् ॥ १०-१२ ॥
paraṃ brahma paraṃ dhāma pavitraṃ paramaṃ bhavān | puruṣaṃ śāśvataṃ divyamādidevamajaṃ vibhum || 10-12 ||
— পৰম ব্ৰহ্ম, পৰম ধাম ; — পৰম পৱিত্ৰ আপুনি ; — শাশ্বত দিব্য পুৰুষ ; — আদিদেৱ, অজ, বিভু

আপুনি পৰম ব্ৰহ্ম, পৰম ধাম, পৰম পৱিত্ৰ; শাশ্বত দিব্য পুৰুষ, আদিদেৱ, অজ আৰু বিভু,