इन्द्रजालमयं विश्वं व्यस्तं वा चित्रकर्मवत् ।
भ्रमद्वा ध्यायतः सर्वं पश्यतश्च सुखोदयः ॥१३७॥
indrajālamayaṃ viśvaṃ vyastaṃ vā citrakarmavat |
bhramadvā dhyāyataḥ sarvaṃ paśyataś ca sukhodayaḥ
anuṣṭubh
জগতখন ইন্দ্ৰজালময়, বিচিত্ৰ চিত্ৰ-কৰ্মৰ দৰে, নাইবা ঘূৰি থকা — এনেদৰে সকলোকে ধ্যান কৰি দেখা সাধকৰ সুখৰ উদয় হয়।