तेजसा सूर्यदीपादेराकाशे शबलीकृते ।
दृष्टे स्वात्मनि भायुक्ते सच्चिदानन्दगोचरः ॥१११॥
tejasā sūryadīpāder ākāśe śabalīkṛte |
dṛṣṭe svātmani bhāyukte saccidānandagocaraḥ
anuṣṭubh
সূৰ্য, দীপ আদিৰ তেজেৰে আকাশ শবল (বৰ্ণ-যুক্ত) হোৱাত, নিজ আত্মাক সেই আভাযুক্ত বুলি দেখাত — সচ্চিদানন্দৰ গোচৰ (খুলি যায়)।