किं बहुना यत् विश्वं ता अस्य शक्तयः ताः कथम् उपदेष्टुं शक्याः इति
Transliteration (IAST)
kiṃ bahunā yat viśvaṃ tā asya śaktayaḥ tāḥ katham upadeṣṭuṃ śakyāḥ iti
বেছি কৈ কি লাভ — যি বিশ্ব, সেইবোৰেই তেওঁৰ শক্তি; সেইবোৰ কেনেকৈ উপদেশ (গণনা) কৰিব পৰা যায়?