किं तर्केणापि इति चेत् उक्तम् अत्र द्वैताधिवासनिरासप्रकार एव अयं न तु अन्यत् किञ्चिद् इति
Transliteration (IAST)
kiṃ tarkeṇāpi iti cet uktam atra dvaitādhivāsanirāsaprakāra eva ayaṃ na tu anyat kiñcid iti
প্ৰশ্ন — তেন্তে তৰ্কৰো কি প্ৰয়োজন? — উত্তৰত কোৱা হ'ল, এয়া কেৱল দ্বৈতৰ অৱশিষ্ট অধিৱাস নিৰাসৰ এক প্ৰকাৰ, আন একো নহয়।