3.78 सर्वमेकेन रूपेण यद्विचार्यं तथाग्रतः ॥७८॥ sarvamekena rūpeṇa yadvicāryaṃ tathāgrataḥ sarvam — সকলো ; ekena rūpeṇa — এক ৰূপত ; yat — যি ; vicāryam — বিচাৰ কৰিব লাগে ; tathā — সেইদৰে ; agrataḥ — আগত সকলো কেনেকৈ এক ৰূপত (বুজিব লাগে) সেয়া আগত সেইদৰে বিচাৰ কৰা হ’ব।