बन्धमोक्षौ न भिद्येते सर्वत्रैव शिवत्वतः ॥६८॥
bandhamokṣau na bhidyete sarvatraiva śivatvataḥ
(আপত্তি পুনৰুক্ত:) বন্ধন আৰু মোক্ষ (তেন্তে) ভেদ নকৰে, কিয়নো সৰ্বত্ৰেই শিৱত্ব আছে।