विभागस्तद्वदीशस्य मध्योत्कृष्टनिकृष्टकैः ।
भावैर्नास्ति विभेदत्वमथवाम्बुधिवीचिवत् ॥३७॥
vibhāgastadvadīśasya madhyotkṛṣṭanikṛṣṭakaiḥ |
bhāvairnāsti vibhedatvamathavāmbudhivīcivat
ঠিক তেনেদৰেই মধ্যম, উৎকৃষ্ট আৰু নিকৃষ্ট ভাৱবোৰৰ দ্বাৰা ঈশ্বৰৰ বিভেদত্ব (বাস্তৱ ভেদ) নাই; অথবা সাগৰ আৰু ঢৌৰ দৰে।