2.20 वर्तमानसमारूढा क्रिया पश्यन्त्युदाहृता ॥२०॥ vartamānasamārūḍhā kriyā paśyantyudāhṛtā vartamānasamārūḍhā — বৰ্তমান (ক্ষণ)ত সমাৰূঢ় ; kriyā — ক্ৰিয়া ; paśyantī — পশ্যন্তী ; udāhṛtā — উদাহৃত, ঘোষিত বৰ্তমানত সমাৰূঢ় ক্ৰিয়াকেই পশ্যন্তী বুলি উদাহৃত কৰা হৈছে।