ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषतः ।
यज्ज्ञात्वा न पूनः किंचिज्ज्ञातव्यमवशिष्यते ॥
७-२ ॥
jñānaṃ te'haṃ savijñānamidaṃ vakṣyāmyaśeṣataḥ |
yajjñātvā na pūnaḥ kiṃcijjñātavyamavaśiṣyate ||
7-2 ||
মই তোমাক এই জ্ঞান বিজ্ঞানৰ সৈতে নিৰৱশেষে ক’ম, যিটো জানিলে ইয়াত আৰু কিবা জানিবলগীয়া অৱশিষ্ট নাথাকে।