काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवताः ।
क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा ॥
४-१२ ॥
kāṅkṣantaḥ karmaṇāṃ siddhiṃ yajanta iha devatāḥ |
kṣipraṃ hi mānuṣe loke siddhirbhavati karmajā ||
4-12 ||
কৰ্মৰ ফল কামনা কৰি মানুহে ইয়াত দেৱতাসকলক পূজা কৰে; কাৰণ মনুষ্যলোকত কৰ্মজাত সিদ্ধি শীঘ্ৰে প্ৰাপ্ত হয়।