स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि ।
धर्म्याद्धि युद्धाच्छ्रेयोऽन्यत्क्षत्रियस्य न विद्यते ॥
२-३२ ॥
svadharmamapi cāvekṣya na vikampitumarhasi |
dharmyāddhi yuddhācchreyo'nyatkṣatriyasya na vidyate ||
2-32 ||
নিজৰ স্বধৰ্মৰ ফালেও চাই তুমি কম্পিত হোৱা উচিত নহয়; কাৰণ ক্ষত্ৰিয়ৰ বাবে ধৰ্ম্য যুদ্ধতকৈ শ্ৰেয় আন একো নাই।