तत्रैवं सति कर्तारमात्मानं केवलं तु यः ।
पश्यत्यकृतबुद्धित्वान्न स पश्यति दुर्मतिः ॥
१८-१६ ॥
tatraivaṃ sati kartāramātmānaṃ kevalaṃ tu yaḥ |
paśyatyakṛtabuddhitvānna sa paśyati durmatiḥ ||
18-16 ||
এনে অৱস্থাত, অকৃতবুদ্ধিৰ কাৰণে যিজনে কেৱল আত্মাকেই কৰ্তা বুলি দেখে, সেই দুৰ্মতিয়ে (যথাৰ্থ) নেদেখে।