कर्मणः सुकृतस्याहुः सात्त्विकं निर्मलं फलम् ।
रजसस्तु फलं दुःखमज्ञानं तमसः फलम् ॥
१४-१६ ॥
karmaṇaḥ sukṛtasyāhuḥ sāttvikaṃ nirmalaṃ phalam |
rajasastu phalaṃ duḥkhamajñānaṃ tamasaḥ phalam ||
14-16 ||
সুকৃত (সৎ) কৰ্মৰ ফল সাত্ত্বিক আৰু নিৰ্মল বুলি কোৱা হয়; কিন্তু ৰজৰ ফল দুঃখ, আৰু তমৰ ফল অজ্ঞান।