The Vision of Śiva· 3.2 / 99

The Vision of Śiva3.2

3.2
न शिवः शक्तिरहितो न शक्तिर्व्यतिरेकिणी ॥२॥
na śivaḥ śaktirahito na śaktirvyatirekiṇī
— নহয় ; — শিৱ ; — শক্তিৰহিত ; — নহয় ; — শক্তি ; — ব্যতিৰেকী, (তেওঁৰ পৰা) পৃথক

শিৱ শক্তিৰহিত নহয়, আৰু শক্তিও (তেওঁৰ পৰা) ব্যতিৰেকী (পৃথক) নহয়।