3.21 मग्नः स्वचित्तेन प्रविशेत् ॥२१॥ magnaḥ sva-cittena praviśet sūtra magnaḥ — মগ্ন (নিজ আত্মাত) ; sva-cittena — নিজ (পৰিশুদ্ধ) চিত্তেৰে ; praviśet — প্ৰৱেশ কৰক (হৃদয়ত) (আত্মাত) মগ্ন হৈ নিজ চিত্তেৰে (হৃদয়ত) প্ৰৱেশ কৰিব।