3.14 यथा तत्र तथान्यत्र ॥१४॥ yathā tatra tathānyatra sūtra yathā — যেনেদৰে ; tatra — তাত (নিজ শৰীৰত) ; tathā — তেনেদৰে ; anyatra — অন্যত্ৰ (অন্য যিকোনো শৰীৰত) যেনেদৰে তাত (নিজ শৰীৰত), তেনেদৰে অন্যত্ৰো (যিকোনো শৰীৰত)।