2.10 विद्यासंहारे तदुत्थस्वप्नदर्शनम् ॥१०॥ vidyā-saṃhāre tadutthа-svapna-darśanam sūtra vidyā-saṃhāre — (শুদ্ধ) বিদ্যাৰ সংহাৰ হ’লে ; tat-uttha-svapna-darśanam — সেই (সংহাৰৰ) পৰা উদ্ভৱ স্বপ্ন-দৰ্শন বিদ্যাৰ সংহাৰ হ’লে তাৰ পৰা উদ্ভৱ স্বপ্ন-দৰ্শন হয়।