3.1 आत्मा चित्तम् ॥१॥ ātmā cittam sūtra ātmā — (ব্যক্তিগত) আত্মা ; cittam — (হ’ল) চিত্ত (বিষয়ত নিযুক্ত মন) (বদ্ধ) আত্মাই চিত্ত।