1.21 शुद्धविद्योदयाच्चक्रेशत्वसिद्धिः ॥२१॥ śuddha-vidyodayāc cakreśatva-siddhiḥ sūtra śuddha-vidyā-udayāt — শুদ্ধবিদ্যাৰ উদয়ৰ পৰা ; cakra-īśatva-siddhiḥ — (শক্তি)চক্ৰৰ ঈশত্বৰ সিদ্ধি শুদ্ধবিদ্যাৰ উদয়ৰ পৰা (শক্তি)চক্ৰৰ ঈশত্বৰ সিদ্ধি হয়।