1.6 तन्मयो मायाप्रमाता ॥६॥ tan-mayo māyā-pramātā sūtra tat-mayaḥ — সেই (চিত্ত)ময় ; māyā-pramātā — মায়াপ্ৰমাতা — মায়াৰ অধীন অনুভৱকৰ্তা সেই (চিত্ত)ময় হৈ থকা জনেই মায়াপ্ৰমাতা (মায়াৰ অধীন অনুভৱকৰ্তা)।