Bhagavad Gītā (Kashmirian recension)· 9.19 / 35

Bhagavad Gītā (Kashmirian recension)9.19

9.19
गतिर्भर्ता प्रभुः साक्षी निवासः शरणं सुहृत् । प्रभवः प्रलयः स्थानं निधानं बीजमव्ययम् ॥ ९-१९ ॥
gatirbhartā prabhuḥ sākṣī nivāsaḥ śaraṇaṃ suhṛt | prabhavaḥ pralayaḥ sthānaṃ nidhānaṃ bījamavyayam || 9-19 ||
— গতি, ভৰ্তা, প্ৰভু, সাক্ষী ; — নিবাস, শৰণ, সুহৃদ ; — উৎপত্তি, প্ৰলয়, স্থান ; — নিধান, অব্যয় বীজ

মই গতি, ভৰ্তা, প্ৰভু, সাক্ষী, নিবাস, শৰণ, সুহৃদ; উৎপত্তি, প্ৰলয়, স্থান, নিধান (আশ্ৰয়) আৰু অব্যয় বীজ।