शौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम् ।
दानमीश्वरभावश्च क्षात्रं कर्म स्वभावजम् ॥
१८-४३ ॥
śauryaṃ tejo dhṛtirdākṣyaṃ yuddhe cāpyapalāyanam |
dānamīśvarabhāvaśca kṣātraṃ karma svabhāvajam ||
18-43 ||
শৌৰ্য, তেজ, ধৃতি, দক্ষতা আৰু যুদ্ধত পলায়ন নকৰা, দান আৰু ঈশ্বৰভাৱ (প্ৰভুত্ব) — এয়া ক্ষত্ৰিয়ৰ স্বভাৱজাত কৰ্ম।