अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः ।
दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् ॥
१६-१ ॥
abhayaṃ sattvasaṃśuddhirjñānayogavyavasthitiḥ |
dānaṃ damaśca yajñaśca svādhyāyastapa ārjavam ||
16-1 ||
নিৰ্ভয়তা, সত্ত্বৰ সংশুদ্ধি, জ্ঞানযোগত স্থিতি, দান, দম, যজ্ঞ, স্বাধ্যায়, তপস্যা আৰু আৰ্জৱ —