तत्र मध्ये भगवान् ऊर्ध्वे ऽस्य ऐशानं वक्त्रम् अधः पातालवक्त्रम् पूर्वादिदिक्चतुष्के श्रीतत्पुरुषाघोरसद्योवामाख्यं दिक्चतुष्कमध्ये अन्याश् चतस्रः
Transliteration (IAST)
tatra madhye bhagavān ūrdhve 'sya aiśānaṃ vaktram adhaḥ pātālavaktram pūrvādidikcatuṣke śrītatpuruṣāghorasadyovāmākhyaṃ dikcatuṣkamadhye anyāś catasraḥ
তাত মধ্যত ভগৱান, ওপৰত তেওঁৰ ঈশান বদন, তলত পাতাল বদন; পূৰ্ব আদি দিক্-চতুষ্কত শ্ৰীতৎপুৰুষ, অঘোৰ, সদ্যোজাত আৰু বামদেৱ নামৰ; আৰু দিক্-চতুষ্কৰ মাজত আন চাৰিটা।