येन सा वा प्रमाणेन स्थाप्यते तस्य सत्यता ॥६८॥
yena sā vā pramāṇena sthāpyate tasya satyatā
অথবা যি প্ৰমাণৰ দ্বাৰা সেই (পশ্যন্তী) স্থাপিত হয়, সেই (প্ৰমাণ)ৰ সত্যতা (ক’ৰ পৰা আহিব)?