3.37 करणशक्तिः स्वतोऽनुभवात् ॥३७॥ karaṇa-śaktiḥ svato 'nubhavāt sūtra karaṇa-śaktiḥ — কৰণ-শক্তি (ক্ৰিয়া/সৃষ্টিৰ শক্তি) ; svataḥ — নিজৰ পৰা ; anubhavāt — (প্ৰত্যক্ষ) অনুভৱৰ পৰা (যোগীৰ) কৰণ-শক্তি (সৃষ্টিৰ ক্ষমতা) নিজৰ অনুভৱৰ পৰাই (জ্ঞাত হয়)।