श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् ।
स्वभावनियतं कर्म कुर्वन्नाप्नोति किल्विषम् ॥
१८-४७ ॥
śreyānsvadharmo viguṇaḥ paradharmātsvanuṣṭhitāt |
svabhāvaniyataṃ karma kurvannāpnoti kilviṣam ||
18-47 ||
ভালদৰে অনুষ্ঠিত পৰধৰ্মতকৈ গুণহীন হ’লেও স্বধৰ্ম শ্ৰেয়; স্বভাৱে নিয়ত কৰ্ম কৰি মানুহে পাপ নাপায়।