ध्यानेनाऽऽत्मनि पश्यन्ति केचिदात्मानमात्मना ।
अन्ये साङ्ख्येन योगेन कर्मयोगेन चापरे ॥
१३-२५ ॥
dhyānenā''tmani paśyanti kecidātmānamātmanā |
anye sāṅkhyena yogena karmayogena cāpare ||
13-25 ||
কোনোবাই ধ্যানৰ দ্বাৰা আত্মাত আত্মাৰ দ্বাৰা আত্মাক দেখে, আন কোনোবাই সাংখ্যযোগৰ (বিচাৰ-যোগৰ) দ্বাৰা, আৰু আন কোনোবাই কৰ্মযোগৰ দ্বাৰা।