सार्द्धत्रिकोटितीर्थेषु स्नानदानेन यत्फलम् ।
तत् फलं लभते मर्त्यो ब्रह्मार्पितनिषेवणात् ॥८७॥
sārddhatrikoṭitīrtheṣu snānadānena yatphalam |
tat phalaṃ labhate martyo brahmārpitaniṣevaṇāt ||87||
সাঢ়ে তিনি কোটি তীৰ্থত স্নান আৰু দানৰ পৰা যি ফল হয়—সেই ফল মৰ্ত্যই ব্ৰহ্মত সমৰ্পিত বস্তু গ্ৰহণৰ পৰা লাভ কৰে।