श्रीजगन्मङ्गलस्यास्य कवचस्य सदाशिवः ।
ऋषिश्छन्दोऽनुष्टुविति परमब्रह्म देवता ।
चतुर्वर्गफलावाप्त्यै विनियोगः प्रकीर्तितः ॥६९॥
śrījaganmaṅgalasyāsya kavacasya sadāśivaḥ |
ṛṣiśchando'nuṣṭuviti paramabrahma devatā |
caturvargaphalāvāptyai viniyogaḥ prakīrtitaḥ ||69||
এই শ্ৰীমৎ 'জগন্মঙ্গল' কৱচৰ ঋষি সদাশিৱ, ছন্দ অনুষ্টুপ্, দেৱতা পৰম ব্ৰহ্ম; ইয়াৰ বিনিয়োগ চতুৰ্বৰ্গৰ ফল লাভৰ বাবে কোৱা হৈছে।