इति विज्ञानभैरवे श्रीदेव्या स्तवनात्मकम् ।
शतैकं द्वादशाधिकमुक्तं भेदविवर्जितम् ॥१६३॥
iti vijñānabhairave śrīdevyā stavanātmakam |
śataikaṃ dvādaśādhikam uktaṃ bhedavivarjitam
anuṣṭubh
এইদৰে বিজ্ঞান-ভৈৰৱত শ্ৰীদেৱীৰ স্তৱনাত্মক ভেদ-ৰহিত একশ বাৰটা (ধাৰণা) কোৱা হ'ল। (ইয়াতেই বিজ্ঞান ভৈৰৱ তন্ত্ৰ সমাপ্ত হ'ল।)