ततश् चरुं प्रोक्षितम् आनीय स्थण्डिलकलशकुम्भवह्निषु भागं भागं निवेद्य एकभागम् अवशेष्य शिष्याय भागं दद्यात्
Transliteration (IAST)
tataś caruṃ prokṣitam ānīya sthaṇḍilakalaśakumbhavahniṣu bhāgaṃ bhāgaṃ nivedya ekabhāgam avaśeṣya śiṣyāya bhāgaṃ dadyāt
তাৰ পাছত প্ৰোক্ষিত চৰু আনি স্থণ্ডিল, কলশ, কুম্ভ আৰু অগ্নিত ভাগ ভাগ কৰি নিবেদন কৰি, এভাগ বাকী ৰাখি শিষ্যক এভাগ দিব।