तत उक्तास्त्रजप्तानि यथासम्भवं सिद्धार्थधान्याक्षतलाजादीनि तेजोरूपाणि विकीर्य ऐशान्यां दिशि क्रमेण सङ्घट्टयेत् इति भूपरिग्रहः
Transliteration (IAST)
tata uktāstrajaptāni yathāsambhavaṃ siddhārthadhānyākṣatalājādīni tejorūpāṇi vikīrya aiśānyāṃ diśi krameṇa saṅghaṭṭayet iti bhūparigrahaḥ
তাৰ পাছত উক্ত অস্ত্ৰৰে জপ কৰা যথাসম্ভৱ সিদ্ধাৰ্থ (শ্বেত সৰিয়হ), ধান, অক্ষত, লাজ আদি তেজোৰূপ (দ্ৰৱ্য) ছটিয়াই ঈশান দিশত ক্ৰমে সংঘট্ট কৰিব — এয়াই ভূ-পৰিগ্ৰহ।