2.15 अत्रोपासनया सिद्धिर्देवतायोगितेति चेत् ॥१५॥ atropāsanayā siddhirdevatāyogiteti cet atra — ইয়াত ; upāsanayā — উপাসনাৰ (ধ্যান-আৰাধনাৰ) দ্বাৰা ; siddhiḥ — সিদ্ধি, প্ৰাপ্তি ; devatāyogitā — দেৱতাৰ সৈতে যোগিতা ; iti cet — ইতি চেৎ — যদি কোৱা হয় 'ইয়াত উপাসনাৰ দ্বাৰা সিদ্ধি, দেৱতাৰ সৈতে যোগিতা হয়' — যদি এনে কোৱা হয়,