3.23 मध्येऽवरप्रसवः ॥२३॥ madhye 'vara-prasavaḥ sūtra madhye — মধ্যৱৰ্তী অৱস্থাত (তুৰীয়া আৰু আন এক অৱস্থাৰ মাজত) ; avara-prasavaḥ — নিকৃষ্ট (অৱস্থাৰ) প্ৰসৱ মধ্যৱৰ্তী (অৱস্থা)ত অৱৰ (নিকৃষ্ট অৱস্থাৰ) প্ৰসৱ হয়।