अध्यात्मज्ञाननिष्ठत्वं तत्त्वज्ञानार्थदर्शनम् ।
एतज्ज्ञानमिति प्रोक्तमज्ञानं यदतोऽन्यथा ॥
१३-१२ ॥
adhyātmajñānaniṣṭhatvaṃ tattvajñānārthadarśanam |
etajjñānamiti proktamajñānaṃ yadato'nyathā ||
13-12 ||
অধ্যাত্ম-জ্ঞানত নিষ্ঠা, তত্ত্বজ্ঞানৰ অৰ্থ-দৰ্শন (লক্ষ্য-দৃষ্টি) — ইয়াকেই জ্ঞান বুলি কোৱা হয়; ইয়াৰ বিপৰীত যি, সেয়া অজ্ঞান।