नैव पानादिनियमो भक्ष्याभक्ष्यविवेचनम् ।
धर्मशास्त्रे सदा निन्दा साधुद्रोही निरन्तरम् ॥४८॥
naiva pānādiniyamo bhakṣyābhakṣyavivecanam |
dharmaśāstre sadā nindā sādhudrohī nirantaram ||48||
সুৰাপান আদিৰ বিষয়ে একো নিয়ম নাথাকিব, ভক্ষ্য-অভক্ষ্যৰ কোনো বিচাৰ নাথাকিব; ধৰ্মশাস্ত্ৰৰ প্ৰতি নিৰন্তৰ অৱজ্ঞা, আৰু সৎসকলৰ প্ৰতি অবিৰত শত্ৰুতা।