3.26 शरीरवृत्तिर्व्रतम् ॥२६॥ śarīra-vṛttir vratam sūtra śarīra-vṛttiḥ — শৰীৰৰ পৰিচৰ্যা/ৰক্ষণাৱেক্ষণ ; vratam — (হ’ল তেওঁৰ) ব্ৰত/আচৰণ শৰীৰৰ ৰক্ষণাৱেক্ষণেই (তেওঁৰ) ব্ৰত।