3.12 धीवशात्सत्त्वसिद्धिः ॥१२॥ dhī-vaśāt sattva-siddhiḥ sūtra dhī-vaśāt — (আলোকিত) ধী/বুদ্ধিৰ বলত ; sattva-siddhiḥ — সত্ত্বৰ (প্ৰকৃত সত্তাৰ) সিদ্ধি/প্ৰকাশ (আলোকিত) ধী-শক্তিৰ বলত সত্ত্ব-সিদ্ধি হয়।