1.10 अविवेको मायासौषुप्तम् ॥१०॥ aviveko māyāsauṣuptam sūtra avivekaḥ — অবিৱেক, বিৱেচনাহীনতা ; māyā-sauṣuptam — মায়াৰ সুষুপ্তি (মায়াজনিত অজ্ঞান-নিদ্ৰা) অবিৱেকেই মায়াৰ সুষুপ্তি।