Bhagavad Gītā (Kashmirian recension)9.6
यथाकाशस्थितो नित्यं वायुः सर्वत्रगो महान् ।
तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय ॥
९-६ ॥
yathākāśasthito nityaṃ vāyuḥ sarvatrago mahān |
tathā sarvāṇi bhūtāni matsthānītyupadhāraya ||
9-6 ||
— যেনেকৈ সদায় আকাশত অৱস্থিত ; — সৰ্বত্ৰগামী মহান বায়ু ; — তেনেকৈ সকলো প্ৰাণী ; — মোত অৱস্থিত — এইদৰে জানা যেনেকৈ সৰ্বত্ৰগামী মহান বায়ু সদায় আকাশত অৱস্থিত, তেনেকৈ সকলো প্ৰাণী মোত অৱস্থিত বুলি জানা।