यदृच्छालाभसन्तुष्टो द्वन्द्वातीतो विमत्सरः ।
समः सिद्धावसिद्धौ च कृत्वाऽपि न निबध्यते ॥
४-२२ ॥
yadṛcchālābhasantuṣṭo dvandvātīto vimatsaraḥ |
samaḥ siddhāvasiddhau ca kṛtvā'pi na nibadhyate ||
4-22 ||
যদৃচ্ছাত প্ৰাপ্ত (অযাচিত) বস্তুত সন্তুষ্ট, দ্বন্দ্বাতীত, ঈৰ্ষাহীন, সিদ্ধি-অসিদ্ধিত সম — কৰ্ম কৰিও তেওঁ বদ্ধ নহয়।